If you're seeing this message, it means we're having trouble loading external resources on our website.

যদি আপুনি এটা ৱেব ফিল্টাৰৰ আঁৰত আছে, অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ডমেইন *.kastatic.org আৰু *.kasandbox.org আনবৰুদ্ধ কৰা হৈছে।

মূল বিষয়বস্তু

ছবিৰ গ্ৰাফ পঢ়ক (বহু-পদক্ষেপৰ সমস্যা)

সমস্যা

অলিভিয়াই তেওঁৰ বাৰীৰ প্ৰতিটো গছজোপাৰ ওপৰত লেডিবাগৰ সংখ্যা গণনা কৰিলে, তাৰ পিছত তলৰ লেখ খন বনালে।
এখন লেডিবাগ ছবি।
equals, 5, start text, ট, া, space, ল, ে, ড, ি, ব, া, গ, end text
এখন চিত্ৰ লেখে উদ্ভিদৰ প্ৰকাৰ লেবেলযুক্ত অনুভূমিক অক্ষ আৰু লেডিবাগৰ সংখ্যা লেবেলযুক্ত উলম্ব অক্ষ দেখুৱাইছে। প্ৰতিটো উদ্ভিদৰ প্ৰকাৰ অক্ষৰ বাওঁফালৰ পৰা অক্ষৰ সোঁফালে অনুভূমিক অক্ষৰ কাষেৰে তলত দিয়া ধৰণে তালিকাভুক্ত কৰা হৈছে: গোলাপ, লেটুচ, আলফালফা, আৰু আঙুৰৰ লতা। প্ৰতিটো উদ্ভিদৰ প্ৰকাৰৰ বাবে লেডিবাগৰ সংখ্যাক লেখত বহোৱা লেডিবাগৰ ছবিৰ সংখ্যাৰে প্ৰতিনিধিত্ব কৰা হয়। গোলাপ 7 লেডিবাগ ছবি দ্বাৰা প্রতিনিধিত্ব কৰা হয়, লেটুচ 3 লেডিবাগ ছবি দ্বাৰা প্রতিনিধিত্ব কৰা হয়, আলফালফা 5 লেডিবাগ ছবি দ্বাৰা প্রতিনিধিত্ব কৰা হয়, আৰু আঙ্গুৰ লতা 2 লেডিবাগ ছবি দ্বাৰা প্রতিনিধিত্ব কৰা হয়.
যদি 10টা লেডিবাগ বিলাহীৰ পৰা আলফালফালৈ উৰি যায়, তেন্তে কোন 2 ধৰণৰ গছত একে সংখ্যক লেডিবাগ থাকিব?
2 উত্তৰসমূহ বাছক:
আবদ্ধ হৈ পৰিছে?
আবদ্ধ হৈ পৰিছে?