মূল বিষয়বস্তু
অষ্টম শ্ৰেণীৰ গণিত (অসমীয়া)
পাঠ্যক্ৰম: অষ্টম শ্ৰেণীৰ গণিত (অসমীয়া) > Unit 4
Lesson 1: চিত্রলেখ পঢ়াচিত্রলেখ পঢ়া
সাধাৰণ জ্ঞানে আপোনাক কয় যে চিত্রলেখ এখন নিশ্চয় কিবা এখন....চিত্ৰ হ’ব লাগিব। হয়! মূলতঃ তথ্যৰ সৈতে জড়িত ছবিৰে তথ্যক প্ৰতিনিধিত্ব কৰাৰ এক উপায় হৈছে চিত্রলেখ। এখন চিত্রলেখৰ ব্যাখ্যা কৰিবলৈ কোৱা এই শব্দ সমস্যাটো চাওঁ আহক's। ছাল খানআৰুমণ্টেৰী ইনষ্টিটিউট ফৰ টেকন’লজি এণ্ড এডুকেচন দ্বাৰা সৃষ্টি কৰা হৈছে।
কথা-বতৰাত যোগদান কৰিব বিচাৰেনে?
এতিয়াও কোনো পোষ্ট নাই।