If you're seeing this message, it means we're having trouble loading external resources on our website.

যদি আপুনি এটা ৱেব ফিল্টাৰৰ আঁৰত আছে, অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ডমেইন *.kastatic.org আৰু *.kasandbox.org আনবৰুদ্ধ কৰা হৈছে।

মূল বিষয়বস্তু

উৎপাদক আৰু ভাগফলৰ সূচক (পূৰ্ণসংখ্যা ঘাত)

যিকোনো পূৰ্ণসংখ্যা a আৰু b ৰ বাবে আৰু যিকোনো ঘাত n ৰ বাবে, (a⋅b)ⁿ=aⁿ⋅bⁿ আৰু (a/b)ⁿ=aⁿ/bⁿ। পূৰ্ণসংখ্যা ঘাতৰ সৈতে এই বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰাৰ বাবে এইবোৰ কাম কৰা উদাহৰণ।

ভিডিঅ’ প্ৰতিলিপি