If you're seeing this message, it means we're having trouble loading external resources on our website.

যদি আপুনি এটা ৱেব ফিল্টাৰৰ আঁৰত আছে, অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ডমেইন *.kastatic.org আৰু *.kasandbox.org আনবৰুদ্ধ কৰা হৈছে।

মূল বিষয়বস্তু

বহুপদক ভাগশেষেৰে হৰণ কৰা

সমস্যা

ধৰাহওক, a(x)=5x36x28x+9, আৰু b(x)=x4+2x3+x+1
ab ৰে ভাগ কৰিলে আমি একক ভাগফল বহুপদ q আৰু ভাগশেষ বহুপদ r বিচাৰি পাম যিয়ে তলত দিয়া সমীকৰণটো সিদ্ধ কৰে:
a(x)b(x)=q(x)+r(x)b(x),
য’ত r(x) ৰ মাত্ৰা b(x) ৰ মাত্ৰাতকৈ কম।
ভাগফল কিমান, q(x)?
q(x)=
ভাগশেষ কিমান, r(x)?
r(x)=
আবদ্ধ হৈ পৰিছে?
আবদ্ধ হৈ পৰিছে?