যদি আপুনি এই বাৰ্তাটো দেখিছে, তেন্তে ইয়াৰ অৰ্থ হ'ল আমি আমাৰ ৱেবছাইটত বাহ্যিক সম্পদসমূহ লোড কৰাত অসুবিধা পাইছো।

If you're behind a web filter, please make sure that the domains *.kastatic.org and *.kasandbox.org are unblocked.

মূল বিষয়বস্তু

বহুপদক ভাগশেষেৰে হৰণ কৰা

সমস্যা

ধৰাহওক, a(x)=5x36x28x+9, আৰু b(x)=x4+2x3+x+1
ab ৰে ভাগ কৰিলে আমি একক ভাগফল বহুপদ q আৰু ভাগশেষ বহুপদ r বিচাৰি পাম যিয়ে তলত দিয়া সমীকৰণটো সিদ্ধ কৰে:
a(x)b(x)=q(x)+r(x)b(x),
য’ত r(x) ৰ মাত্ৰা b(x) ৰ মাত্ৰাতকৈ কম।
ভাগফল কিমান, q(x)?
q(x)=
ভাগশেষ কিমান, r(x)?
r(x)=