মূল বিষয়বস্তু
নৱম শ্ৰেণী (অসমীয়া)
পাঠ্যক্ৰম: নৱম শ্ৰেণী (অসমীয়া) > Unit 5
Lesson 1: ইউক্লিডৰ সংজ্ঞা, স্বতঃসিদ্ধ আৰু স্বীকাৰ্যইউক্লিডৰ বিভাজন কলনবিধি দৃশ্যমান কৰা হৈছে
ইয়াৰ আগৰ এটা ভিডিঅ’ত আমি ইউক্লিডৰ বিভাজন কলনবিধি ব্যৱহাৰ কৰি দুটা সংখ্যাৰ গঃসাঃউ বিচাৰি উলিয়াবলৈ শিকিছিলো। এতিয়া ইউক্লিডৰ বিভাজন বিধিটো কেনেকৈ কল্পনা কৰিব পাৰি আৰু আমি কি কৰি আছো তাৰ এটা অন্তৰ্দৃষ্টি লওঁ আহক। আনন্দ শ্ৰীনিবাস দ্বাৰা সৃষ্টি কৰা হৈছে।
কথা-বতৰাত যোগদান কৰিব বিচাৰেনে?
এতিয়াও কোনো পোষ্ট নাই।