মূল বিষয়বস্তু
নৱম শ্ৰেণী (অসমীয়া)
ত্ৰিভুজৰ বাহু আৰু কোণক ক্ৰমবিন্যাস কৰা উদাহৰণ
আমি প্ৰথমে এটা সমস্যা সমাধান কৰিছো য’ত আমি কোণবোৰৰ সহায়ত ত্ৰিভুজ এটাৰ বাহুবোৰ ক্ৰম কৰিছো, তাৰ পিছত আন এটা সমস্যা সমাধান কৰিছো য’ত আমি বাহুবোৰৰ সহায়ত ত্ৰিভুজ এটাৰ কোণবোৰ ক্ৰম কৰিছো।
কথা-বতৰাত যোগদান কৰিব বিচাৰেনে?
এতিয়াও কোনো পোষ্ট নাই।